| অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম। ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "ভিলেজ পাম্প" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল, নাদৰ পাৰ, নৈৰ ঘাট আদি বিভিন্ন নামেৰে উল্লেখ কৰে।
পাঁচটা শিতানত বিভক্ত এই শিতানৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়া সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। তলৰ তালিকাত এই শিতানবোৰৰ বিষয়ে চমু বৰ্ণনা দিয়া হৈছে। পঢ়ুৱৈ বা সংকলকৰ এনে কোনো বিষয়ত কিবা ক'ব লগা থাকিলে উপযুক্ত শিতান সম্পৰ্কীয় পৃষ্ঠাত লিখিব পাৰে। সকলো শিতান একেলগে চাবলৈ এই লিংকলৈ গৈ চাব পাৰে।
অনুগ্ৰহ কৰি এই পৃষ্ঠাখনত একো নিলিখে যেন। This page is not for discussions.
|
|
|
|
|
|
আশা কৰা হয় যে গাঁৱৰ দমকলৰ কাষত ৰাইজ গোট খাই অঞ্চলটোৰ উন্নয়নৰ কথা পতাৰ দৰে ৰাইজৰ চ'ৰাতো সদস্যসকলে ৱিকিপিডিয়াৰ উন্নতিৰ কথা আলোচনা আৰু পৰিকল্পনা কৰিব।
|
সংশ্লিষ্ট Wikipedia header template আদিৰ বিষয়ে জানিবলৈ Template messages/Wikipedia namespace চাওক।